Nasoni 2024
Similar songs
Bohagi
Astha Hazarika04:10
Pubor Beli
Babu Baruah05:00
AKASH NILA
Zubeen Garg04:02
Pahare Pahare
Zubeen Garg,Vitali Das07:34
Boroto
Simanta Shekhar04:13
Bapukon
Pranjal Parash03:25
Misik Masak Hahiso
Dipankar Basumatary,Alija Nath03:47
Maloti
Manuranjan Chetia05:03
Bahore Bisoni
Khagen Gogoi,Nayanmoni06:15
04:21
Similar Songs
Bohagi
Astha Hazarika
Pubor Beli
Babu Baruah
AKASH NILA
Zubeen Garg
Pahare Pahare
Zubeen Garg,Vitali Das
Boroto
Simanta Shekhar
Bapukon
Pranjal Parash
Misik Masak Hahiso
Dipankar Basumatary,Alija Nath
Maloti
Manuranjan Chetia
Bahore Bisoni
Khagen Gogoi,Nayanmoni
Seng
Ankurjyoti,Nisha Rani Haloi
About song
Genre :Bihu
47 Plays
Singer: Gaganjyoti Kalita
Lyricist: Bikash Dhandia
Tune: Bikash Dhandia
Music Arrangement: Gaganjyoti Kalita
Sound Design: Gaganjyoti Kalita
Keyboard: Dhananjoy Saha
Guitar: Abhijeet Rajbongshi
Flute: Debaraj Rabha
Mix & Master: Bipradhar Rabha
Release Date: 14 January 2024
Copyright © Jyoti Digital Media
Lyrics
♬ Prelude ♬
অ' নীলাকৈ দুচকুত তোৰ
ঐ জান ডুবিবৰে মন
অ' নীলাকৈ দুচকুত তোৰ
ঐ জান ডুবিবৰে মন
অ' বুকুৰে মাজতে তোৰ
ঐ জান দিবিনে ঠাই অকণ
অ' মোৰে মৰমী
হ'বিনে তই নাচনী
মোৰেনো ঐ মনৰে মাজত
অ' মোৰে মৰমী
হ'বিনে তই নাচনী
মোৰেনো ঐ মনৰে মাজত
♬ Interlude 1 ♬
ৰাতি দুপৰতে
তোলৈ মনত পৰে
মিঠা হাঁহিটিয়ে
আধা মৰা কৰে
ঐ ষোল্ল বছৰতে
পৰিলোঁ প্ৰেমতে
অ' ক'বও নোৱাৰোঁ
জাননে লাজতে
যদি কওঁ কথাটি
তই আকৌ কি ক'বি
যদি কওঁ কথাটি
তই আকৌ কি ক'বি
তাকে ভাবি মোৰ লাগিছে ভয়
অ' তাকে ভাবি মোৰ লাগিছে ভয়
♬ Interlude 2 ♬
ঐ ভাতৰ জুতি ল'বি
এ এ জান ঐ
জুহালৰে ওচৰত
জুহালৰে ওচৰত
পুৰা মাছৰ পিতিকা লৈ
বুকুৰে ভিতৰত
এ এ জান ঐ
তোৰে নাম লিখা আছে
তোৰে নাম লিখা আছে
যদি ভালেপাৱ দিবিহি মোক কৈ
অ' মোৰে মৰমী
হ'বিনে তই নাচনী
মোৰেনো ঐ মনৰে মাজত
অ' মোৰে মৰমী
হ'বিনে তই নাচনী
মোৰেনো ঐ মনৰে মাজত
অ' মোৰে মৰমী
হ'বিনে তই নাচনী
মোৰেনো ঐ মনৰে মাজত